আপুনি বাৰু হয়নে এগৰাকী ক্ৰিকেট ফেন? যদি হয়, তেন্তে আপোনাৰ দৰে শক্তিশালী ড্ৰাইভাৰ পাৰ্টনাৰে প্ৰতি সপ্তাহতে জিকিব পাৰে অভাৱনীয় পুৰস্কাৰ। Uber ৰ সৈতে খেলক এটা এনেকুৱা খেল য’ত প্ৰতিটো Uber ট্ৰিপত আপুনি লাভ কৰিব ৰাণ। খেল বেছ মজাৰ হ’ব। বেছি ট্ৰিপ অৰ্থাৎ বেছি ৰাণ আৰু পুৰস্কাৰ জয় কৰাৰ বেছি সুযোগ।
1. 6 মেই 2019 আৰু 16 জুন 2019 ৰ ভিতৰত, প্ৰতিটো Uber ট্ৰিপ সম্পূৰ্ণ কৰিব পাৰিলেই আপুনি সংগ্ৰহ কৰিব ৰাণ।
– প্ৰতিটোট্ৰিপ= 1 ৰাণ
– সপ্তাহত 60 টাট্ৰিপকৰিব পাৰিলে = 100 ৰাণ (চেঞ্চুৰী)
আপুনি আপোনাৰ স্ক’ৰ চাব পাৰে প্ৰতি বুধবাৰে Uberএপত
2. প্ৰতি সপ্তাহে জয় কৰক পুৰস্কাৰ এই
ক্ৰিকেট ৱৰ্ল্ড কাপত , আমাৰ ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ লগে লগে, বহুত Uber ড্ৰাইভাৰ পাৰ্টনাৰে জয়লাভ কৰিব!
যদি আপুনি প্ৰতি সপ্তাহে 120 টা ট্ৰিপ কৰিছে, তেন্তে আপুনি নিশ্চয় পাব ভাৰতীয় টকা 1000 ৰ নগদ ধনৰ পুৰস্কাৰ
অধিকৰপৰা অধিকতৰ ৰাণ সংগ্ৰহ কৰিব পাৰিলে আপুনি পাব অনেক পুৰস্কাৰঃ
(1) যিগৰাকী ড্ৰাইভাৰ পাৰ্টনাৰে সবাতোকৈ বেছি ৰাণ কৰিব, তেওঁৱেই পাব সোণালী সুযোগ ইংলণ্ডলৈ গৈ ক্ৰিকেট ৱৰ্ল্ড কাপ মেটচ্চ চোৱাৰ
(2) বাকী অগ্ৰণী ড্ৰাইভাৰ পাৰ্টনাৰসকলে পাব পাৰে
- LED TV
- ম’বাইল ফোন
- ব্লুটুথ স্পীকাৰ
- ক্ৰিকেট জাৰ্ছি
তেন্তে আজিয়েই আপোনাৰ খেল আৰম্ভ কৰক, আৰু আগবাঢ়ক জয়ৰ অভিমুখে।
সম্পূৰ্ণ কৰি থাকক ট্ৰিপবোৰ, কৰি যাওক ৰাণবোৰ, জয় কৰি থাকক পুৰস্কাৰ।
प्रकाशक का नाम :- Uber Editor